-অৰ মাজ-
অবয়ব
অসমীয়া
[সম্পাদনা]ব্যুৎপত্তি
[সম্পাদনা]উচ্চারণ
[সম্পাদনা]অনুসর্গ
[সম্পাদনা]- মধ্যে, মাঝে
- মই মা আৰু দেউতাৰ মাজত বহিম।
- moi ma aru deutar mazot bohim.
- আমি মা আর বাবার মাঝখানে বসবো।
- গাড়ী দুখনৰ মাজৰ ফাঁকতে চাইকেলখন থোৱা।
- gari dukhonor mazor phãkote saikelkhon thüa.
- দুটি গাড়ির মাঝখানের ফাঁকে সাইকেলটি পার্ক করুন।
- এই দুটাৰ মাজৰ পাৰ্থক্যটো কি?
- ei dutar mazor parthoikktü ki?
- এই দুটির মধ্যে পার্থক্য কী?