দোহাৰ
অবয়ব
অসমীয়া
[সম্পাদনা]| অসমীয়া ক্রিয়া |
|---|
| দোহাৰ (dühar) |
| দোহাৰা (dühara) |
| দোহাৰোৱা (düharüa) |
| দোহাৰোওৱা (düharüüa) |
ব্যুৎপত্তি
[সম্পাদনা]তুলনীয় Hindustani دہرا / दोहरा (dohrā)।
উচ্চারণ
[সম্পাদনা]ক্রিয়া
[সম্পাদনা]দোহাৰ (সকর্মক)
- repeat
- সমার্থক শব্দ: আওৰা (aüra)
- মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহ’ব কোৱা সমনীয়া…- manuhe manuhok besibo khuzi,
manuhe manuhok kinibo khuzi,
manuhe manuhok besibo khuzi,
manuhe manuhok kinibo khuzi,
puroni itihax düharile
bhul zanü nohöbo küa xomonia… - People wanting to sell people,
people wanting to buy people,
people wanting to sell people,
people wanting to sell people,
if repeat the old history
won't it be wrong, tell peer…
- manuhe manuhok besibo khuzi,
ধাতুরূপ
[সম্পাদনা]impersonal forms of দোহাৰ
| Affirmative (+) | Negative (-) | ||
|---|---|---|---|
| Stem | দোহাৰ | নোদোহাৰ | |
| Gerund, Past participle, Agentive | দোহাৰা | নোদোহাৰা | |
| Conjugative | দোহাৰি | নোদোহাৰি | |
| Infinitive | দোহাৰিব | নোদোহাৰিব | |
| Genitive infinitive | দোহাৰিবৰ | নোদোহাৰিবৰ | |
| Goal | দোহাৰিবলৈ | নোদোহাৰিবলৈ | |
| Terminative | দোহাৰিবলৈকে | নোদোহাৰিবলৈকে | |
| Future passive participle | দোহাৰিবলগা / দোহাৰিবলগীয়া | নোদোহাৰিবলগা / নোদোহাৰিবলগীয়া | |
| Agentive (emphatic) | (♂) | দোহাৰোঁতা | নোদোহাৰোঁতা |
| ♀ | দোহাৰঁতী | নোদোহাৰঁতী | |
| Contingent | দোহাৰোঁতে | নোদোহাৰোঁতে | |
| Progressive participle | দোহাৰোঁতে দোহাৰোঁতে | নোদোহাৰোঁতে নোদোহাৰোঁতে | |
| Reason | দোহাৰাত | নোদোহাৰাত | |
| Past conditional | দোহাৰিলত | নোদোহাৰিলত | |
| Future conditional | দোহাৰিলে | নোদোহাৰিলে | |
| Perfect participle | দোহাৰি | নোদোহাৰি | |
| Habitual participle | দোহাৰি দোহাৰি | নোদোহাৰি নোদোহাৰি | |
Conjugation forms of দোহাৰ
| Person | First person | Second person | Third person | ||||
|---|---|---|---|---|---|---|---|
| Very faml. & Inferior |
Familiar | Honorific | Non honorific | ||||
| Singular | মই | তই | তুমি | আপুনি | তেওঁ etc | সি ♂, তাই ♀ etc | |
| Plural | i | আমি | তহঁত | তোমালোক | আপোনালোক | তেওঁলোক | সিহঁত etc |
| t | তহঁতে | তোমালোকে | আপোনালোকে | তেওঁলোকে | সিহঁতে | ||
| Present | |||||||
| Indefinite | + | দোহাৰোঁ | দোহাৰ | দোহাৰা | দোহাৰে | ||
| - | নোদোহাৰোঁ | নোদোহাৰ | নোদোহাৰা | নোদোহাৰে | |||
| Imperfective | + | দোহাৰিছোঁ | দোহাৰিছ | দোহাৰিছা | দোহাৰিছে | ||
| - | Imperfective | ||||||
| দোহাৰা নাই | |||||||
| "not about to" (usage is not common) | |||||||
| নোদোহাৰিছোঁ | নোদোহাৰিছ | নোদোহাৰিছা | নোদোহাৰিছে | ||||
| Continuous | + | দোহাৰি আছোঁ | দোহাৰি আছ | দোহাৰি আছা | দোহাৰি আছে | ||
| - | দোহাৰি থকা নাই | ||||||
| Past | |||||||
| Simple | + | দোহাৰিলোঁ | দোহাৰিলি | দোহাৰিলা | দোহাৰিলে | ||
| - | নোদোহাৰিলোঁ | নোদোহাৰিলি | নোদোহাৰিলা | নোদোহাৰিলে | |||
| Imperfective | + | দোহাৰিছিলোঁ | দোহাৰিছিলি | দোহাৰিছিলা | দোহাৰিছিলে | ||
| - | Imperfective | ||||||
| দোহাৰা নাছিলোঁ | দোহাৰা নাছিলি | দোহাৰা নাছিলা | দোহাৰা নাছিলে | ||||
| Habitual | |||||||
| নোদোহাৰিছিলোঁ | নোদোহাৰিছিলি | নোদোহাৰিছিলা | নোদোহাৰিছিলে | ||||
| Continuous | + | দোহাৰি আছিলোঁ | দোহাৰি আছিলি | দোহাৰি আছিলা | দোহাৰি আছিলে | ||
| - | দোহাৰি থকা নাছিলোঁ | দোহাৰি থকা নাছিলি | দোহাৰি থকা নাছিলা | দোহাৰি থকা নাছিলে | |||
| Future | |||||||
| Indicative | + | দোহাৰিম | দোহাৰিবি | দোহাৰিবা | দোহাৰিব | ||
| - | Indicative | ||||||
| নোদোহাৰোঁ | নোদোহাৰ | নোদোহাৰা | নোদোহাৰে | ||||
| "Perhaps" | |||||||
| নোদোহাৰিম | নোদোহাৰিবি | নোদোহাৰিবা | নোদোহাৰিব | ||||
| Continuous | + | দোহাৰি থাকিম | দোহাৰি থাকিবি | দোহাৰি থাকিবা | দোহাৰি থাকিব | ||
| - | |||||||
| Indicative | |||||||
| দোহাৰি নাথাকোঁ | দোহাৰি নাথাক | দোহাৰি নাথাকা | দোহাৰি নাথাকে | ||||
| "Perhaps" | |||||||
| দোহাৰি নাথাকিম | দোহাৰি নাথাকিবি | দোহাৰি নাথাকিবা | দোহাৰি নাথাকিব | ||||
| Others | |||||||
| Imperative | + | দোহাৰোঁ | দোহাৰ | দোহাৰা | দোহাৰক | ||
| - | — | নোদোহাৰিবি | নোদোহাৰিবা | নোদোহাৰিব | |||
| ❋ Note 1: i = for intransitive verbs, t = for transitive verbs. The suffix -এ (-e) marks ergative case. | |||||||
| ❋ Note 2: Sometimes -হঁক (-hõk) or less commonly -হঁত (-hõt) suffix is used for plural pronouns, like আমি কৰোহঁক (ami korühõk), আপোনালোক আহিলেহঁক (apünalük ahilehõk) etc. | |||||||
| ❋ Note 3: For intransitive verbs like যোৱা (züa, “to go”) the 3rd person suffix -এ (-e) in simple past tense is not used, like সি গ’ল (xi göl), not সি গ’লে (xi göle). | |||||||
| ❋ Note 4: Other 3rd person pronouns have the same conjugation. Click here to see other personal pronouns. | |||||||