জেং
অবয়ব
অসমীয়া
[সম্পাদনা]উচ্চারণ
[সম্পাদনা]বিশেষ্য
[সম্পাদনা]জেং
- a leafless thorny plant
- (অনানুষ্ঠানিক, চলিত) difficulty, trouble, problem
- সমার্থক শব্দ: সমস্যা (xomoissa), দিগদাৰ (digdar), জঞ্জাল (zoñzal), আপদ (apod), লেঠা (letha), জেঙা (zeṅa), ভবাৰ (bhobar), গলগ্ৰহ (gologroh), কলগ্ৰহ (kologroh), হাৰমাল (harmal), জংকট (zoṅkot), লেকেচকেচ (lekeskes), হেঙা-পুঙা (heṅa-puṅa), হেংগেম (heṅgem), হেংগাম (heṅgam), জুমুৰি (zumuri), লৈ-লৈ থৈ-থৈ (loi-loi thoi-thoi)
- labyrinth, maze
- (অনানুষ্ঠানিক, চলিত) tangle, obstacle
বিশেষণ
[সম্পাদনা]জেং