চকুত ধূলি মাৰা
অবয়ব
অসমীয়া
[সম্পাদনা]বিকল্প রূপ
[সম্পাদনা]- চকুত ধূলি মৰা (sokut dhuli mora) — পূর্বাঞ্চলীয় প্রমিত
ব্যুৎপত্তি
[সম্পাদনা]| অসমীয়া ক্রিয়া |
|---|
| চকুত ধূলি মাৰ (sokut dhuli mar) |
| চকুত ধূলি মাৰা (sokut dhuli mara) |
| চকুত ধূলি মাৰোৱা (sokut dhuli marüa) |
| চকুত ধূলি মাৰোওৱা (sokut dhuli marüüa) |
যৌগিক শব্দ: চকু (soku, “eye”) + -অত (-ot, “সপ্তমী বিভক্তি”) + ধূলি (dhuli, “dust”) + মাৰা (mara, “to hit”)।
উচ্চারণ
[সম্পাদনা]বিশেষণ
[সম্পাদনা]ক্রিয়া
[সম্পাদনা]চকুত ধূলি মাৰা (মধ্যাঞ্চলীয় প্রমিত)
- cheat, trick, deceive
- সমার্থক শব্দ: ঠগা (thoga), ভঁৰা (bhõra), ভাঁৰা (bhãra), ছল কৰা (sol kora), ফাংবাজী মৰা (phaṅbazi mora), ফাংবাজী মাৰা (phaṅbazi mara), এপাহ মৰা (epah mora), এপাহ মাৰা (epah mara), টেপাই মৰা (tepai mora), টেপাই মাৰা (tepai mara)
ধাতুরূপ
[সম্পাদনা]দেখুন মাৰা (mara)।