বিষয়বস্তুতে চলুন

একেলেথাৰিয়ে

উইকিঅভিধান, মুক্ত অভিধান থেকে

অসমীয়া

[সম্পাদনা]

ব্যুৎপত্তি

[সম্পাদনা]

যৌগিক শব্দ: এক (ek, one)-এ (-e, emphatic suffix)লেথাৰি (lethari, contiguousness)-এ (-e, তৃতীয়া বিভক্তি: with, by, through)

উচ্চারণ

[সম্পাদনা]

বিশেষ্য

[সম্পাদনা]

একেলেথাৰিয়ে

  1. continuously
    একেলেথাৰিয়ে কেইবাদিনো ধৰি দি থকা বৰষুণক এটা শব্দতজৰিবুলি কোৱা হয়
    ekeletharie keibadinü dhori di thoka borxunok eta xobdot “zori” buli küa hoy.
    The rain falling continuously for several days is called “zori” in a single word.