অঁকৰা
অবয়ব
অসমীয়া
[সম্পাদনা]উচ্চারণ
[সম্পাদনা]বিশেষণ
[সম্পাদনা]অঁকৰা
- নির্বোধ, বোকা, গর্ধভ
- সেই অঁকৰা মানুহজনৰ লগত কথা পাতি মোৰ ভাল নালাগে।
- xei õkora manuhzonor logot kotha pati mür bhal nalage.
- (এই ব্যবহারিক উদাহরণ এর জন্য একটি বাংলা অনুবাদ যুক্ত করুন)
উদ্ভূত শব্দ
[সম্পাদনা]- অঁকৰামি (õkorami)
- অঁকৰা-মূৰীয়া (õkora-muria)